2,99 €
2,99 €
inkl. MwSt.
Sofort per Download lieferbar
payback
1 °P sammeln
2,99 €
2,99 €
inkl. MwSt.
Sofort per Download lieferbar

Alle Infos zum verschenken
payback
1 °P sammeln
Als Download kaufen
2,99 €
inkl. MwSt.
Sofort per Download lieferbar
payback
1 °P sammeln
Jetzt verschenken
2,99 €
inkl. MwSt.
Sofort per Download lieferbar

Alle Infos zum verschenken
payback
1 °P sammeln
  • Hörbuch-Download MP3

ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা "জননী মোৰ দুহিতা " উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি । উপন্যাসখন এনেকুৱা ধৰনৰ বিষয়ৰ ওপৰত আধাৰিত । ৰহস্য…mehr

  • Format: mp3
  • Größe: 114MB
  • FamilySharing(5)
Produktbeschreibung
ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা "জননী মোৰ দুহিতা " উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি । উপন্যাসখন এনেকুৱা ধৰনৰ বিষয়ৰ ওপৰত আধাৰিত । ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস "জননী মোৰ দুহিতা "- এইবাৰ শুনক দিবছন লাল বৰুৱাৰ কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।

Dieser Download kann aus rechtlichen Gründen nur mit Rechnungsadresse in A, D ausgeliefert werden.