2,99 €
2,99 €
inkl. MwSt.
Sofort per Download lieferbar
payback
1 °P sammeln
2,99 €
2,99 €
inkl. MwSt.
Sofort per Download lieferbar

Alle Infos zum verschenken
payback
1 °P sammeln
Als Download kaufen
2,99 €
inkl. MwSt.
Sofort per Download lieferbar
payback
1 °P sammeln
Jetzt verschenken
2,99 €
inkl. MwSt.
Sofort per Download lieferbar

Alle Infos zum verschenken
payback
1 °P sammeln
  • Hörbuch-Download MP3

ৰঞ্জু হাজৰিকাৰ বহুকেইখন জনপ্ৰিয় ৰহস্য উপন্যাসৰ চিনাকী ডিটেকটিভ চৰিত্ৰ পবিত্ৰ লহকৰ, ডঃ অমলকৃষ্ণ হাজৰিকা আৰু দেৱজিত ফুকন 'শানিত নখ'ৰো কেন্দ্ৰীয় চৰিত্ৰ। জুৱেল থিফ্ কোন? পাৰ্থপ্ৰতীমৰ মহামূল্যৱান 'ৰূবী'টোৰ অপহৰণৰ অন্তৰালত প্ৰকৃততে কোন? গোপন ৰহস্যৰ শুংশুত্ৰ বিচাৰি ডিটেকটিভ দেৱজিত ফুকন আৰু পবিত্ৰ লহকৰ দিশহাৰা। আৰু অমলকৃষ্ণ? দুৰ্বৃত্তৰ পিষ্টলৰ গুলীত পবিত্ৰ নিহত, কিন্তু.. তনুজা কোন? তেওঁ যদি পাৰ্থৰ প্ৰেমিকা তেন্তে কিয় আহিছিল 'ৰূবী'টো অপহৰণ কৰিবলৈ? ৰহস্যৰ কুহেলিকাত আপুনিও দিশহাৰা হৈ পৰিব.. শানিত নখৰ আঁচোৰত আপুনিও ধৰাশায়ী হৈ পৰিব। আতংক, ঊৎকণ্ঠা, উদ্বেগৰ ভয়ংকৰ ৰূদ্ধশ্বাস কাহিনী 'শানিত নখ' এইবাৰ শুনক ষ্টৰীটেলত।…mehr

  • Format: mp3
  • Größe: 111MB
  • FamilySharing(5)
Produktbeschreibung
ৰঞ্জু হাজৰিকাৰ বহুকেইখন জনপ্ৰিয় ৰহস্য উপন্যাসৰ চিনাকী ডিটেকটিভ চৰিত্ৰ পবিত্ৰ লহকৰ, ডঃ অমলকৃষ্ণ হাজৰিকা আৰু দেৱজিত ফুকন 'শানিত নখ'ৰো কেন্দ্ৰীয় চৰিত্ৰ। জুৱেল থিফ্ কোন? পাৰ্থপ্ৰতীমৰ মহামূল্যৱান 'ৰূবী'টোৰ অপহৰণৰ অন্তৰালত প্ৰকৃততে কোন? গোপন ৰহস্যৰ শুংশুত্ৰ বিচাৰি ডিটেকটিভ দেৱজিত ফুকন আৰু পবিত্ৰ লহকৰ দিশহাৰা। আৰু অমলকৃষ্ণ? দুৰ্বৃত্তৰ পিষ্টলৰ গুলীত পবিত্ৰ নিহত, কিন্তু.. তনুজা কোন? তেওঁ যদি পাৰ্থৰ প্ৰেমিকা তেন্তে কিয় আহিছিল 'ৰূবী'টো অপহৰণ কৰিবলৈ? ৰহস্যৰ কুহেলিকাত আপুনিও দিশহাৰা হৈ পৰিব.. শানিত নখৰ আঁচোৰত আপুনিও ধৰাশায়ী হৈ পৰিব। আতংক, ঊৎকণ্ঠা, উদ্বেগৰ ভয়ংকৰ ৰূদ্ধশ্বাস কাহিনী 'শানিত নখ' এইবাৰ শুনক ষ্টৰীটেলত।

Dieser Download kann aus rechtlichen Gründen nur mit Rechnungsadresse in A, D ausgeliefert werden.